প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘পেৰালিম্পিক ক্ৰীড়া’ত ৰূপৰ পদক অৰ্জন কৰা শ্বুটাৰ সিংহৰাজ আধানক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
04 SEP 2021 10:04AM by PIB Guwahati
টকিঅ’ত অনুষ্ঠিত ‘পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’ত ৰূপৰ পদক অৰ্জন কৰা সিংহৰাজ আধানাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“প্ৰতিভাধৰ সিংহৰাজ আধানাই আকৌ এবাৰ তেওঁৰ প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিলে! তেওঁ আকৌ এবাৰলৈ পদক অৰ্জন কৰিলে। এইবাৰ ‘মিক্সড ৫০মিটাৰ পিষ্টল এছএইচ১’ শিতানত। তেওঁক অভিনন্দন জনাইছো। ভৱিষ্যতে আৰু অধিক সাফল্য অৰ্জন কৰাৰ বাবে তেওঁলৈ শুভকামনা যাঁচিছো।#Paralympics #Praise4Para.”
****
DS/SH/KB
(ৰিলিজ আই ডি : 1754298)
অতিথি কক্ষ : 212
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada