প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে পেৰালিম্পিক গেমছৰ বেডমিণ্টনত স্বৰ্ণ পদক জয়ৰ বাবে কৃষ্ণ নাগৰক অভিনন্দন জনাইছে

Posted On: 05 SEP 2021 10:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ পেৰালিম্পিক গেমছৰ বেডমিণ্টনত স্বৰ্ণ পদক জয়ৰ বাবে কৃষ্ণ নাগৰক অভিনন্দন জনাইছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

"টকিঅ’ পেৰালিম্পিক গেমছত আমাৰ বেডমিণ্টন খেলুৱৈসকল উজলি উঠা দেখি আনন্দ পাইছো। কৃষ্ণ নাগৰৰ চমকপ্ৰদ সাফল্যই প্ৰতিগৰাকী ভাৰতীয়ৰ মুখলৈ হাঁহি কঢ়িয়াই আনিছে। স্বৰ্ণ পদক জয়ৰ বাবে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছো। ভৱিষ্যতলৈ তেওঁ পুনৰ সাফল্য অৰ্জন কৰিব বুলি মই আশাবাদী।"

****

DS/SH/MS



(Release ID: 1754273) Visitor Counter : 148