প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শিক্ষক দিৱসত শিক্ষাগুৰুসকলক অভিনন্দন জনাইছে; প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লি ৰাধাকৃষ্ণনক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
Posted On:
05 SEP 2021 9:16AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে শিক্ষাগুৰুসকলক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সৰ্বপল্লি ৰাধাকৃষ্ণনকো তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
"শিক্ষক দিৱসত, সমগ্ৰ শিক্ষা সমাজক অভিনন্দন, যিসকলে সদায় উদ্যমী মনবোৰক প্ৰতিপালন কৰাত কেন্দ্ৰীয় ভূমিকা পালন কৰিছে। কোভিড-১৯ৰ সময়ত কেনেকৈ শিক্ষক-শিক্ষয়িত্ৰীসকলে নৱোন্মেষণ কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰা অব্যাহত ৰখাটো নিশ্চিত কৰিছে ই প্ৰশংসনীয়।
মই ড৹ এছ ৰাধাকৃষ্ণনক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু আমাৰ দেশৰ প্ৰতি তেওঁৰ প্ৰসিদ্ধ পাণ্ডিত্যৰ লগতে অৰিহণাক স্মৰণ কৰিছো।"
****
DS/SH
(Release ID: 1752506)
Visitor Counter : 176
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam