প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’বঃ প্রধানমন্ত্রী
प्रविष्टि तिथि:
14 AUG 2021 10:54AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’ব।
এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “দেশ বিভাজনৰ যন্ত্রণা কেতিয়াও পাহৰিব নোৱাৰি৷ আমাৰ লাখ লাখ ভাই-ভনী গৃহহীন হ’ল আৰু বহু লোকৰ মনত অদ্ভূত ঘৃণা আৰু হিংসাৰ বাবেই প্রাণ হেৰুৱাইছিল৷ আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’ব।
#PartitionHorrorsRemembranceDayএ আমাৰ সামাজিক বিভাজন আৰু বৈষম্যৰ বিষবাস্প দূৰ কৰি ঐক্য, সামাজিক সম্প্রীতি আৰু জনসাধাৰণৰ সবলীকৰণৰ চেতনাক আৰু অধিক শক্তিশালী কৰি তোলাৰ প্রয়োজনীয়তাৰ কথা মনত পেলাই দিয়ে।”
***
DS/SH/DB
(रिलीज़ आईडी: 1746313)
आगंतुक पटल : 428
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam