প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিম বংগৰ বান পীড়িতসকললৈ পিএমএনআৰএফৰপৰা ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 AUG 2021 8:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ কিছু অংশত বানত প্ৰাণহানি হোৱাসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। তেখেতে তদুপৰি আহতসকললৈ ৫০,০০০ টকাকৈ ঘোষণা কৰে।
পিএমঅ’ৰ এটা টুইটত এইবুলি প্ৰকাশ, "পশ্চিম বংগৰ কিছু অংশত হোৱা বানত প্ৰাণহানি হোৱাসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।"
***
DS/SH/SB
(रिलीज़ आईडी: 1743823)
आगंतुक पटल : 239
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam