প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মুষলধাৰ বৰষুণ আৰু বানৰ কবলত পৰা সকলক সকাহ দিয়াৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে ঘনিস্থ ভাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে : প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
04 AUG 2021 1:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মুষলধাৰ বৰষুণ আৰু বানৰ কবলত পৰা সকলক সকাহ দিয়াৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে ঘনিস্থ ভাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যখনৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বাৰ্তালাপতো মিলিত হৈছে।
এই সন্দৰ্ভত প্ৰকাশ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
“ধাৰাষাৰ বৰষুণ আৰু বানৰ কবলত পৰা জনতাৰ সেৱাত ব্ৰতী হোৱা মধ্য প্ৰদেশ চৰকাৰৰ সৈতে ঘনিস্থ ভাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে। মই মুখ্যমন্ত্ৰী @ChouhanShivrajৰ সৈতে কথা পাতিছো আৰু ৰাজ্যখনৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিছো। মই সকলোৰে নিৰাপত্তা আৰু কল্যাণ কামনাৰে প্ৰাৰ্থনা কৰিছো।
***
DS/SH/KB
(ৰিলিজ আই ডি : 1743754)
অতিথি কক্ষ : 171
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam