প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে পুনৰ সকলোৰে বাবে বিনামূলীয়া টীকাকৰণৰ অঙ্গীকাৰ কৰিছে
পোষ্ট কৰা হৈছে:
28 JUN 2021 12:11PM by PIB Guwahati
যিসকলৰ বাবে ভাৰতত টীকাকৰণ অভিযানত গতি আহিছে, প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে তেওঁলোকৰ সকলোকে অভিনন্দন জনাইছে।
এটা ট্যুইট বার্তাত শ্রী মোদীয়ে কৈছে, “ ভাৰতৰ টীকাকৰণ অভিযানে গতি লাভ কৰিছে। যিসকলে এই উদ্যোগক সফল কৰি তুলিছে, তেওঁলোক সকলোকে অভিনন্দন জনাওঁ। সকলোৰে বাবে বিনামূলীয়াকৈ টীকাকৰণৰ ব্যৱস্থা কৰিবলৈ আমি অঙ্গীকাৰবদ্ধ ।''
****
DS
(ৰিলিজ আই ডি : 1741217)
অতিথি কক্ষ : 192
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam