প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কিষ্টৱাৰ আৰু কাৰ্গিলত ডাঁৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে কেন্দ্ৰীয় চৰকাৰে

Posted On: 28 JUL 2021 12:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কিষ্টৱাৰ আৰু কাৰ্গিলত ডাঁৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “কিষ্টৱাৰ আৰু কাৰ্গিলত ডাঁৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে৷ ক্ষতিগ্ৰস্ত এলেকাসমূহত সম্ভৱপৰ সকলোধৰণৰ সাহাৰ্য আগবঢ়োৱা হৈছে৷ মই সকলো নিৰাপদে আৰু সুস্থভাৱে থকাটো কামনা কৰিছো৷”

***

DS/SH/DB



(Release ID: 1740527) Visitor Counter : 118