প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ ‘আষাঢ় পূৰ্ণিমা-ধৰ্ম চক্ৰ দিৱস’ৰ কাৰ্যক্ৰমত বাৰ্তা প্ৰেৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 23 JUL 2021 9:35PM by PIB Guwahati

কাইলৈ অৰ্থাত ২৪জুলাই, ২০২১ৰ পুৱা প্ৰায় ৮.৩০বজাত প্ৰধানমন্ত্ৰীয়ে ‘আষাঢ় পূৰ্ণিমা-ধৰ্ম চক্ৰ দিৱস’ৰ কাৰ্যক্ৰমত তেওঁৰ বাৰ্তা প্ৰেৰণ কৰিব।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কাইলৈ, ২৪জুলাই, ২০২১ৰ পুৱা প্ৰায় ৮.৩০বজাত ‘আষাঢ় পূৰ্ণিমা-ধৰ্ম চক্ৰ দিৱস’ৰ কাৰ্যক্ৰমত মোৰ বাৰ্তা প্ৰেৰণ কৰিম।

 

****


DS/SH/KB


(रिलीज़ आईडी: 1740506) आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam