প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাশী অন্নপূৰ্ণা মন্দিৰৰ মহন্ত ৰামেশ্বৰ পুৰী জীৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
10 JUL 2021 6:57PM by PIB Guwahati
কাশী অন্নপূৰ্ণা মন্দিৰৰ মহন্ত ৰামেশ্বৰ পুৰী জীৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
"কাশী অন্নপূৰ্ণা মন্দিৰৰ মহন্ত ৰামেশ্বৰ পুৰী জীৰ মৃত্যুত অত্যন্ত ব্যথিত হৈছো। তেওঁৰ পৰলোক গমন সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ সমাজ সেৱাত ধৰ্ম আৰু আধ্যাত্মিকতাৰ সংমিশ্ৰণ ঘটাই জনসাধাৰণক সামাজিক কাম-কাজৰ বাবে নিৰন্তৰভাৱে প্ৰেৰণা যোগাই আহিছিল। ঔম শান্তি!"
****
DS/SH/SB
(रिलीज़ आईडी: 1734948)
आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam