প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰথ যাত্রা উপলক্ষে দেশবাসীক শুভেচ্ছা প্রধানমন্ত্রীৰ

प्रविष्टि तिथि: 12 JUL 2021 9:47AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰথ যাত্রা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, "ৰথ যাত্রাৰ বিশেষ অনুষ্ঠান  উপলক্ষে সকলোকে শুভেচ্ছা। আমি ভগৱান জগন্নাথক প্রণাম জনাওঁ আৰু প্রার্থনা কৰো যে তেওঁৰ আশীর্বাদে যেন সকলোৰে জীৱনলৈ সুস্বাস্থ্য আৰু সমৃদ্ধি লৈ আহে। জয় জগন্নাথ!"

 

****

DS/SH


(रिलीज़ आईडी: 1734946) आगंतुक पटल : 242
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam