প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰামবানত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 02 JUL 2021 9:45PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ ৰামবানত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।

 

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক টুইটত উল্লেখ কৰা হৈছে, ‘জম্মু-কাশ্মীৰৰ ৰামবানত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা বাতৰিয়ে মনত দুখ দিছে। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ।দুৰ্ঘটনাত আহত লোকসকলে সোনকালে আৰোগ্য লাভ কৰক, তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁঃ  প্ৰধানমন্ত্ৰী @narendramodi’

 

*****

DS/SH/KG

 



(Release ID: 1733039) Visitor Counter : 127