প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী পুষ্কৰ সিং ধামীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন
प्रविष्टि तिथि:
04 JUL 2021 6:42PM by PIB Guwahati
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী পুষ্কৰ সিং ধামীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। তেখেতে তদুপৰি আজি শপতগ্ৰহণ কৰা আন সকলোকে অভিনন্দন জনায়।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আজি শপতগ্ৰহণ কৰা শ্ৰী @pushkardhami আৰু আন সকলোকে অভিনন্দন জনাইছো। উত্তৰাখণ্ডৰ প্ৰগতি আৰু সমৃদ্ধিৰ অৰ্থে কাম কৰিবলৈ আগবঢ়া এই টীমটোক শুভেচ্ছা জনালো।"
***
DS/SH/SB
(रिलीज़ आईडी: 1733031)
आगंतुक पटल : 218
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam