প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাওৰ ১০০ সংখ্যক জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 JUN 2021 9:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাও জীৰ ১০০ সংখ্যক জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰাক্তন প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাও জীৰ ১০০ সংখ্যক জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছো। ৰাষ্ট্ৰীয় উন্নয়নৰ অৰ্থে তেওঁৰ বিস্তৃত বৰঙণিক ভাৰতে মনত ৰাখিছে। অসাধাৰণ জ্ঞান আৰু বুদ্ধিদীপ্ততাৰে তেওঁ ধন্য হৈছিল।

যোৱা বৰ্ষৰ জুনৰ #MannKiBaat ত, মই তেওঁ সন্দৰ্ভত কোৱা কথা শ্বেয়াৰ কৰিছো।"

***

DS/SH/SB


(रिलीज़ आईडी: 1732787) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam