প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জৰুৰী অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাসকলক স্মৰণ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ গণতান্ত্ৰিক ভাৱধাৰাক শক্তিশালী কৰি তোলাৰ বাবে আৰু আমাৰ সাংবিধানিক মূল্যবোধ ৰক্ষা কৰাৰ বাবে কৰিবলগীয়া সকলো কৰাৰ বাবে আমি শপত লও আহকঃ প্ৰধানমন্ত্ৰী

Posted On: 25 JUN 2021 10:52AM by PIB Guwahati

জৰুৰী অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ভাৰতৰ গণতন্ত্ৰ ৰক্ষা কৰা মহান ব্যক্তিসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

জৰুৰী অৱস্থাৰ বৰ্ষপূৰ্তি উপলক্ষে কেইবাটাও টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

"#DarkDaysOfEmergency জৰুৰী অৱস্থাৰ ক’লা দিনসমূহৰ কথা কেতিয়াও পাহৰিব নোৱাৰি। ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈকে এই সময়ছোৱা প্ৰতিষ্ঠানসমূহৰ এক প্ৰণালীবদ্ধ ধ্বংসৰ সাক্ষী আছিল।


ভাৰতৰ গণতান্ত্ৰিক ভাৱধাৰাক শক্তিশালী কৰি তোলাৰ বাবে আৰু আমাৰ সাংবিধানিক মূল্যবোধ ৰক্ষা কৰাৰ বাবে কৰিবলগীয়া সকলো কৰাৰ বাবে আমি শপত লও আহক।


এনেদৰেই কংগ্ৰেছে আমাৰ গণতান্ত্ৰিক ব্যৱস্থাক দমন কৰিছিল। আমি সেই সকলো মহান ব্যক্তিক স্মৰণ কৰিছোঁ যিসকলে জৰুৰীকালীন অৱস্থাক প্ৰতিহত কৰিছিল আৰু ভাৰতীয় গণতন্ত্ৰক ৰক্ষা কৰিছিল।

#DarkDaysOfEmergency"
https://instagram.com/p/CQhm34OnI3F/?utm_medium=copy_link

 

 

*******************************************************

DS/KG



(Release ID: 1732783) Visitor Counter : 128