প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে উত্তৰপ্রদেশৰ বিনিয়োগ বৃদ্ধি আৰু সুচল ব্যৱসায়ৰ উদ্যোগৰ প্রশংসা কৰিছে
পোষ্ট কৰা হৈছে:
02 JUL 2021 8:10PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিগত চাৰি বছৰ ধৰি উত্তৰপ্রদেশৰ বিনিয়োগ বৃদ্ধি আৰু সুচল ব্যৱসায়ৰ উদ্যোগৰ প্রশংসা কৰিছে। উত্তৰপ্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ কার্যালয়ৰ পৰা দিয়া টুইটৰ বিষয়ে মন্তব্য কৰি প্রধানমন্ত্রীয়ে এটা টুইট বার্তাত জনাইছে যে গ্রামাঞ্চল আৰু সৰু চহৰসমূহতো এই সাফল্যৰ প্রভাৱ পৰিছে।
******
DS/AK
(ৰিলিজ আই ডি : 1732539)
অতিথি কক্ষ : 236
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam