প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঋষি বংকিম চন্দ্র চট্টোপাধ্যায়ৰ জন্ম দিনত প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি

Posted On: 27 JUN 2021 12:13PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ঋষি বংকিম চন্দ্র চট্টোপাধ্যায়ৰ জন্ম দিনত তেওঁৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷

টুইটাৰযোগে এক বার্তাত প্রধানমন্ত্রীয়ে কয়, “ঋষি বংকিম চন্দ্র চট্টোপাধ্যায়ৰ জন্ম দিনত তেওঁক শ্রদ্ধাঞ্জলি জনাইছো৷ তেওঁৰ কামৰ মাজেৰে মহান ভাৰতৰ ঐতিহ্য প্রতিফলিত হৈছে। তেওঁৰ ৰচিত #VandeMataram, বিনম্র চিত্তে দেশৰ সেৱা কৰাত, ভাৰতকে ধৰি নাগৰিকসকলৰ সবলীকৰণৰ বাবে নিজকে উৎসর্গ কৰাত আমাৰ সকলোকে অনুপ্রাণিত কৰে৷

 

***

DS/SH/DB



(Release ID: 1731302) Visitor Counter : 192