স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ বিৰোধী অভিযানৰ শেহতীয়া স্থিতি
পোষ্ট কৰা হৈছে:
31 MAY 2021 9:30AM by PIB Guwahati
দিনটোত নতুনকৈ আক্ৰান্ত ১.৫২লাখ, অব্যাহত আছে নতুনকৈ আক্ৰান্তৰ সংখ্যাৰ অৱনমনৰ ধৰা।
দিনটোত আক্ৰান্তৰ সংখ্যা ৫০দিনৰ ভিতৰতে সৰ্বনিম্ন।
সক্ৰিয় ৰোগীৰ সংখ্যা ২০,২৬,০৯২গৰাকীলৈ নামিল।
যোৱা ২৪ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা কমিল ৮৮,৪১৬গৰাকী।
এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা সৰ্বমুঠ লোকৰ সংখ্যা হ’ল ২,৫৬,৯২,৩৪২গৰাকী।
যোৱা ২৪ঘণ্টাত আৰোগ্য লাভ কৰিছে ২,৩৮,০২গৰাকীয়ে।
একেৰাহে ১৮দিন ধৰি দৈনিক আৰোগ্যৰ সংখ্যাই চেৰ পেলাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যাক।
সামগ্ৰিক ভাবে দেশৰ আৰোগ্যৰ হাৰ ৯১.৬০%।
আক্ৰান্তৰ সাপ্তাহিক গড় হাৰ ৯.০৪%।
আক্ৰান্তৰ দৈনিক হাৰ ৯.০৭%, একেৰাহে ৭দিন ধৰি ১০%ৰ তলত।
নমুনা পৰীক্ষণৰ সামৰ্থ্য লক্ষণীয় ভাবে বৃদ্ধি পাইছে-এই পৰ্যন্ত দেশত সম্পন্ন কৰা হয় ৩৪.৪৮কোটি নমুনাৰ পৰীক্ষণ।
দেশ জুৰি চলা টীকাকৰণ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ২১.৩কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।
***
MV
(ৰিলিজ আই ডি : 1723187)
অতিথি কক্ষ : 182
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam