প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে বুদ্ধপূর্ণিমা উপলক্ষে ভার্চুৱেল ভেসক আন্তর্জাতিক সন্মিলনত মূল ভাষণ দিব

পোষ্ট কৰা হৈছে: 25 MAY 2021 6:48PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বুদ্ধপূর্ণিমা উপলক্ষে ২৬ মে'ৰ পুৱা ৯টা ৪৫ মিনিটত ভার্চুৱেল ভেসক আন্তর্জাতিক সন্মিলনত মূল ভাষণ দিব।

 

সংস্কৃতি মন্ত্রালয়, আন্তর্জাতিক বৌদ্ধ মহাসংঘৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমগ্ৰ বিশ্বৰ বৌদ্ধ সংঘসমূহৰ কর্ণধাৰসকলে এই অনুষ্ঠানত যোগ দিব। ধর্ম সভাত সমগ্ৰ পৃথিৱীৰ ৫০ জনৰো অধিক বৌদ্ধ ধর্মগুৰুৱে বক্তব্য ৰাখিব।

 

***

 

DS/VJ/AK


(ৰিলিজ আই ডি : 1722067) অতিথি কক্ষ : 195