প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী পিনাৰায়ী বিজয়নক অভিনন্দন জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
20 MAY 2021 5:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী পিনাৰায়ী বিজয়নক অভিনন্দন জ্ঞাপন কৰিছে। এক টুইটত মোদীয়ে কয়, ‘কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰা শ্ৰী পিনাৰায়ী বিজয়নক অভিনন্দন জ্ঞাপন কৰিছো।’
***
DS/SH/MS
(ৰিলিজ আই ডি : 1722066)
অতিথি কক্ষ : 191
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam