প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পৰশুৰাম জয়ন্তীত দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 MAY 2021 8:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰশুৰাম জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভগৱান পৰশুৰামৰ জন্মজয়ন্তীৰ পৱিত্ৰ উপলক্ষে সকলো দেশবাসীক শুভেচ্ছা জনাইছো। "

***

DS/SH/RD


(रिलीज़ आईडी: 1721200) आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam