প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অধ্যাপক এছ টীকেন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
Posted On:
13 MAY 2021 10:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যাপক এছ টীকেন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে আজি এক টুইটযোগে কয়:
@BJP4Manipur ৰ সভাপতি অধ্যাপক এছ টীকেন্দ্ৰ সিঙৰ মৃত্যুত শোকবিহ্বল। তেওঁক এজন পৰিশ্ৰমী কৰ্মী হিচাপে স্মৰণ কৰা হ'ব, যিয়ে মণিপুৰত আমাৰ দলটোক শক্তিশালী কৰি তুলিছিল। তেওঁ বহু সমাজসেৱামূলক পদক্ষেপতো সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। ঔঁম শান্তি। "
***
DS/SH/RD
(Release ID: 1721199)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam