প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্য প্ৰতিস্থা দিৱস উপলক্ষে ছিক্কিমৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 16 MAY 2021 12:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য প্ৰতিস্থা দিৱস উপলক্ষে ছিক্কিমৰ জনসাধাৰণলৈ শুভকামনা জ্ঞাপন কৰিছে।

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ছিক্কিমৰ ৰাইজলৈ ৰাজ্য প্ৰতিস্থা দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছো। এইখন ৰাজ্য প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী হোৱাৰ লগতে মৰমীয়াল মানুহৰ আবাস ভূমিও। জৈৱিক কৃষিৰ ক্ষেত্ৰত ছিক্কিমে বিশেষ প্ৰগতি লাভ কৰিছে। ৰাজ্যখনে নিৰন্তৰ প্ৰগতি লাভ কৰক আৰু ইয়াৰ নাগৰিকসকলৰ সুস্বাস্থ্য কামনা কৰি প্ৰাৰ্থনা জনাইছো”।

 

*****

DS/SH/KB



(Release ID: 1719191) Visitor Counter : 143