প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জ্ঞানী যোগিন্দৰ সিং বেদান্তীৰ বিয়োগত শোক প্ৰধানমন্ত্ৰীৰ

Posted On: 15 MAY 2021 11:45PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জ্ঞানী যোগিন্দৰ সিং বেদান্তীৰ বিয়োগত শোক প্রকাশ কৰিছে

টুইটাৰযোগে এক শোকবার্তা প্রধানমন্ত্রীয়ে কয়, “বিদ্বান আৰু বিনয়ী জ্ঞানী যোগিন্দৰ সিং বেদান্তজী নিঃস্বার্থ মান সেৱাৰ প্ৰতি তেওঁৰ জীন উৎসৰ্গাৰিছিল৷ তেওঁ কৰুণা আৰু সম্প্রীতিৰ সমাজ গঢ়ি তোলাৰ কাম কৰিছিল৷ তেওঁৰ মৃত্যুত মই অতিশয় দুঃখিত হৈছো৷ তেওঁৰৰিয়ালৰ সদস্যৰ লগতে গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো৷“

***

DS/SH/DB



(Release ID: 1719076) Visitor Counter : 121