প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঈদ-উল-ফিতৰ উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
14 MAY 2021 8:33AM by PIB Guwahati
ঈদ-উল-ফিতৰ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ঈদ-উল-ফিতৰৰ শুভ উপলক্ষত শুভ কামনা জনাইছো। সকলোৰে সু স্বাস্থ্য আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছো। আমাৰ সন্মিলিত প্ৰচেষ্টাৰ শক্তিৰে, আমি বিশ্ব মহামাৰীটো অতিক্ৰম কৰিম আৰু অধিক মানৱ কল্যাণৰ অৰ্থে কাম কৰিম।
ঈদ মোবাৰক!"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1718636)
অতিথি কক্ষ : 259
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam