প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘অক্ষয় তৃতীয়া’ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 MAY 2021 8:31AM by PIB Guwahati

‘অক্ষয় তৃতীয়া’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলো দেশবাসীলৈ অক্ষয় তৃতীয়াত মংগল কামনা কৰিলো। শুভ কাৰ্যৰ সফলতাৰে বিজড়িত এই পবিত্ৰ উত্সৱে ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে বিজয় সিদ্ধ কৰাৰ বাবে আমি গ্ৰহণ কৰা সংকল্প বাস্তৱত পৰিণত কৰাৰ বাবে শক্তি প্ৰদান কৰক”।

 

***

DS/SH/KB


(रिलीज़ आईडी: 1718632) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam