পোষ্ট কৰা হৈছে:
06 MAY 2021 6:00PM by PIB Guwahati
ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখনত সশস্ত্ৰ বাহিনীসমূহৰ ভূমিকাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ “অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজঃ বৰ্ধিত ক’ভিড-১৯ ৰ প্ৰতি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সঁহাৰি” শীৰ্ষক এটি লেখাৰ উল্লেখেৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা টুইটত কয়ঃ
'জল', 'থল' আৰু 'নভ'... ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজখন সুদৃঢ়কৰণত আমাৰ সশস্ত্ৰ বাহিনীসমূহে কোনো সুৰুঙা বাকী ৰখা নাই।
*****
DS/SB