প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চৌধৰী অজিত সিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
06 MAY 2021 10:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চৌধৰী অজিত সিং জীৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে চৌধৰী অজিত সিং জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষকৰ কল্যাণৰ অৰ্থে তেওঁৰ আত্মোৎসর্গা আৰু কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন দপ্তৰ পৰিচালন ক্ষমতাক স্মৰণ কৰে। শ্ৰী মোদীয়ে তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিছে।
********
DS/SB
(रिलीज़ आईडी: 1716595)
आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam