স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

টিকাকৰণৰ অভিযানৰ তৃতীয় পৰ্যায়ত ক’ৱিনৰ জৰিয়তে ২.৪৫কোটিতকৈ অধিক লোকে পঞ্জীয়ন কৰিছে(পুৱা ৯.৩০বজালৈকে)

ভাৰতৰ সামূহিক টিকাকৰণ অভিযানে ১৫.২২কোটিতকৈ অধিক লোকক সামৰি লৈছে

বিগত ২৪ ঘণ্টাত ১৯লাখতকৈ অধিক নমূনা পৰীক্ষা কৰা হৈছে; যি এদিনৰ ভিতৰতে সৰ্বাধিক

বিগত ২৪ ঘণ্টাত প্ৰায় ৩লাখ লোক আৰোগ্য হৈছে

Posted On: 30 APR 2021 11:09AM by PIB Guwahati

তৃতীয় পৰ্যায়ৰ টিকাকৰণ অভিযানৰ বাবে ২৮ এপ্ৰিল, ২০২১ৰ আৰম্ভ হোৱা পঞ্জীয়নৰ জৰিয়তে ইতিমধ্যে(আজি পুৱা ৯.৩০লৈকে) ২.৪৫কোটিতকৈ অধিক লোকে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে৷ ২৮ এপ্ৰিল, ১.৩৭ কোটি আৰু ২৯ এপ্ৰিলত ১.০৪ কোটি লোকে পঞ্জীয়ন কৰিছে৷

আনহাতে, আজি দেশত মুঠ ক’ভিড-১৯ৰ টিকাকৰণ কৰা লোকৰ সংখ্যা ১৫.২২ কোটিৰ সীমা অতিক্ৰম কৰিছে৷

আজি পুৱা ৭ বজালৈকে ২২,৩,০টা পৰ্বৰ জৰিয়তে মুঠ ১৫,২২,৪৫,১৭৯টা ভেকচিন ডজ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯৩,৬,০৪গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ডজ আৰু ৬১,৯১,১১৮গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড, ,২৪,১৯,৯৬৫গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ডজ আৰু ৬৭,৭,৮৬২গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড, ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৫,১,০১,১৮গৰাকী হিতাধিকাৰীক প্ৰথম ডজ আৰু ১,০৪,৪১,৩গৰাকী হিতাধিকাৰীক দ্বিতীয় ডজ আৰু ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৫,৭,৭,৮৪২জন লোকক প্ৰথম ডজ আৰু ,১৭,৯১১জন লোকক দ্বিতীয় ডজ প্ৰদান কৰা হৈছে৷

এতিয়ালৈকে টিকাকৰণ কৰা লোকসকলৰ ভিতৰত .০%১০খন ৰাজ্যৰ৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image001MDLE.jpg

 

বিগত ২৪ ঘণ্টাত প্ৰায় ২১ লাখ লোকক টিকাকৰণ কৰা হয়৷

টিকাকৰণ অভিযানৰ ১০তম দিন( এপ্ৰিলত)ত দেশত ২২,২৪,৫৪৮জন লোকক টিকাকৰণ কৰা হয়৷ ইয়াৰে ,১০টা পৰ্বৰ জৰিয়তে ১২,৭৪,৮০৩গৰাকী হিতাধিকাৰীক প্ৰথম ডজ আৰু ০৯,৪,৭জন হিতাধিকাৰীক ভেকচিনৰ দ্বিতীয় ডজ প্ৰদান কৰা হয়৷

আন এক উল্লেখযোগ্য সফলতা এই যে ভাৰতত বিগত ২৪ ঘণ্টাত এদিনৰ সৰ্বাধিক ১৯,২০,১০৭টা পৰীক্ষা সম্পন্ন কৰা হৈছে৷

তলৰ লেখটিত্ৰত ভাৰতত নতুন আক্ৰান্ত আৰু দৈনিক পৰীক্ষাৰ সংখ্যা বৃদ্ধি হৈ থকা পৰিলক্ষিত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image002IOY0.jpg

 

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,৫,৮,৪১৮জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮১.৯৯% হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ২,৯৭,৫৪০জন ৰোগী আৰোগ্য হৈছে৷

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৭৬.৬১শতাংশই ১০খন ৰাজ্যৰ৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image003WUI4.jpg

 

বিগত ২৪ ঘণ্টাত দেশত ৩,৮৬,৪৫২জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক, কেৰালা, চত্তীশগড়, পশ্চিমবংগ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানকে ধৰি ১০খন ৰাজ্যত নতুন কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ নতুন আক্ৰান্তৰ ৭৩.০%ই এই ১০খন ৰাজ্যৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৬৬,৫৯জন, কেৰালাত ৩৮,৬০৭জন আৰু উত্তৰপ্ৰদেশত ৩৫,০৪জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image00449NR.jpg

ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৩১,৭০,২২৮গৰাকীলৈ বৃদ্ধি পাইছে৷ এয়া মুঠ আক্ৰান্ত ৰোগীৰ ১৬.৯০%৷ ২৪ ঘণ্টাত নতুনকৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা আৰু ৮৫,৪১৪জন বৃদ্ধি পালে৷

১১খন ৰাজ্যত ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ ৭৮.১৮% আছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image005Q55B.jpg

 

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ ১.১%লৈ হ্ৰাস পাইছে৷

বিগত ২৪ ঘণ্টাত দেশত ৩,৪৯৮জন ৰোগীৰ মৃত্যু হৈছে৷

নতুনকৈ মৃত্যু হোৱা ৰোগীৰ ৭৭.৪৪%ই ১০খন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৭৭১জনৰ বিপৰীতে দিল্লীত ৩৯৫জন ৰোগীৰ মৃত্যু হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image00621BP.jpg

 

খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বিগত ২৪ ঘ্ণ্টাত এজনো ৰোগীৰ মৃত্যু হোৱা নাই৷ সেইবোৰ হৈছে-দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলী, নাগালেণ্ড, ত্ৰিপুৰা আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ৷

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল ইনষ্টিটিউট অৱ মেণ্টেল হেল্থ এণ্ড নিউৰ’-ছায়েন্সে(নিমহান্স) এই মহামাৰীৰ সময়ত মানসিক স্বাস্থ্য আৰু মনোবৈজ্ঞানিক দিশৰ লগত জড়িত বিষয়সমূহৰ সন্দৰ্ভত ২৪ ঘণ্টাই (080-4611 0007) নম্বৰত বিনামূলীয়া সেৱা চলাই আহিছে৷

****

MV

HFW/COVID States data/30thApril2021/2/DB



(Release ID: 1715279) Visitor Counter : 211