প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভূমিকম্প সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ, সম্ভাৱ্য সকলো সহায়ৰ আশ্বাস

পোষ্ট কৰা হৈছে: 28 APR 2021 9:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ভিন্ন প্ৰান্তত অনুভূত হোৱা ভূমিকল্প সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বাৰ্তালাপ কৰে।

এটা টুইটত শ্ৰী মোদীয়ে কয়ঃ

“অসমৰ ভিন্ন প্ৰান্তত অনুভূত হোৱা ভূমিকম্প সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী @sarbanandsonwal জীৰ সৈতে বাৰ্তালাপ কৰো। এই সন্দৰ্ভত কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছো। মই অসমৰ জনতাৰ সুখ-শান্তিৰ অৰ্থে প্ৰাৰ্থনা জনাইছো।”

****

DS/SB


(ৰিলিজ আই ডি : 1714532) অতিথি কক্ষ : 288