ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ৰেমডেছিৱিৰৰ ওপৰত সীমা শুল্ক হ্ৰাস কৰা হৈছে - শ্ৰী ডি ভি সদানন্দ গৌড়া

Posted On: 21 APR 2021 11:30AM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই এটা টুইটৰ জৰিয়তে অৱগত কৰিছে যে ফাৰ্মাচিউটিকেলছ বিভাগৰ পৰামৰ্শ অনুসৰি তৎকালীন আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ বিভাগে ৰেমডেছিৱিৰ আৰু ইয়াৰ এপিআই/কেএছএমৰ ওপৰত সীমা শুল্ক হ্ৰাস কৰিছে। তেওঁ লগতে কয় যে এই পদক্ষেপৰ ফলত ৰেমডেছিৱিৰ ইনজেকচনৰ ঘৰুৱা উপলব্ধতা আৰু অধিক বঢ়াব পৰা যাব।

 

********

MC/KP/AK



(Release ID: 1713349) Visitor Counter : 169