প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নৱ বৰ্ষ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 13 APR 2021 9:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ বৰ্ষ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

শ্ৰী মোদীয়ে টুইটযোগে তেখেতৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোৰে সুখৰ বাবে প্ৰাৰ্থনা জনায়ঃ

*****

DS/SB


(रिलीज़ आईडी: 1711680) आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam