প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইটাৱাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 10 APR 2021 8:59PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ ইটাৱাত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। তেখেতে নিহতসকলৰ আত্মীয় আৰু প্ৰিয়জনলৈ গভীৰ সমবেদনা জ্ঞাপন আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।

****

DS/SB


(रिलीज़ आईडी: 1710972) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Odia , English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam