প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে এডিনবাৰ্গৰ ডিউক ৰাজকুমাৰ ফিলিপৰ মৃত্যুত শোক প্ৰকাশ কৰিছে
পোষ্ট কৰা হৈছে:
09 APR 2021 5:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এডিনবাৰ্গৰ ডিউক ৰাজকুমাৰ ফিলিপৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আৰু ব্ৰিটিছ জনসাধাৰণ তথা ৰাজপৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
এক টুইটত শ্ৰী মোদীয়ে কয়, ‘এডিনবাৰ্গৰ ডিউক ৰাজকুমাৰ ফিলিপৰ মৃত্যুত ব্ৰিটিছ জনসাধাৰণ আৰু ৰাজ পৰিয়াললৈ সমবেদনা জনাইছো। সেনাবাহিনীত তেওঁৰ এক প্ৰসিদ্ধ কেৰিয়াৰ আছিল আৰু বহুতো সামূদায়িক সেৱা পদক্ষেপত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।’
****
DS/MS
(ৰিলিজ আই ডি : 1710807)
অতিথি কক্ষ : 183
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam