প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ ভেকচিনৰ দ্বিতীয় ড’জ ল’লে প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 APR 2021 9:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক’ভিড-১৯ ভেকচিনৰ দ্বিতীয় ড’জ লয়৷

টুইটাৰযোগে শ্ৰী মোদীয়ে কয়, “আজি এইমছত মই মোৰ ক’ভিড-১৯ ভেকচিনৰ দ্বিতীয় ড’জ ল’লো৷ ভাইৰাছক পৰাজয় কৰাত অন্যান্য উপায়ৰ ভিতৰত টিকাকৰণো অন্যতম৷

যদি আপুনি ভেকচিন লোৱাৰ বাবে উপযুক্ত, তেন্তে শীঘ্ৰে লৈ লওক৷ CoWinত পঞ্জীয়ন কৰক৷”

 

*****

DS/DB



(Release ID: 1710572) Visitor Counter : 249