প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুড ফ্ৰাইডেই আমাক যীশু খ্ৰীষ্টৰ সংগ্ৰাম আৰু ত্যাগৰ কথা মনত পেলাই দিয়েঃ প্ৰধানমন্ত্ৰী

Posted On: 02 APR 2021 8:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে যীশু খ্ৰীষ্টক দয়াৰ এক আদৰ্শপূৰ্ণ অৱতাৰ বুলি আখ্যা দিয়ে৷

গুড ফ্ৰাইডে উপলক্ষে এক বাৰ্তাত শ্ৰী মোদীয়ে টুইটাৰত কয়, “গুড ফ্ৰাইডেই আমাক যীশু খ্ৰীষ্টৰ সংগ্ৰাম আৰু ত্যাগৰ কথা মনত পেলাই দিয়ে৷ তেওঁ দয়াৰ এক আদৰ্শপূৰ্ণ অৱতাৰ৷ তেওঁ অভাৱগ্ৰস্ত আৰু ৰোগীয়া লোকসকলৰ সেৱাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল৷”

****************


DS/SH/DB



(Release ID: 1709313) Visitor Counter : 150