প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ ডি দেবেগৌড়াৰে কথা পাতিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 31 MAR 2021 1:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী এইচ ডি দেবেগৌড়াৰে কথা পাতে আৰু তেওঁৰ লগতে তেওঁৰ পত্নীৰ স্বাস্থ্যৰ বুজ লয়৷

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰাক্তন প্ৰধানমন্ত্ৰী @H_D_Devegowdaজীৰ সৈতে কথা পাতিলো আৰু তেওঁৰ লগতে তেওঁৰ পত্নীৰ স্বাস্থ্যৰ বুজ ল’লো৷ তেওঁলোকৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিলো ৷”

 

*********

DS/SH/DB



(Release ID: 1708723) Visitor Counter : 146