প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজস্থানৰ ৰাজ্য স্থাপন দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 30 MAR 2021 8:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ৰাজ্য স্থাপন দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ টুইটাৰত এই সন্দৰ্ভত তেওঁ এইদৰে লিখে, ‘‘সমৃদ্ধ সংস্কৃতি আৰু বৈভৱশালী ঐতিহ্যৰ বাবে বিখ্যাত ৰাজস্থানৰ সকলো ভাতৃ-ভগ্নীলৈ ৰাজস্থান দিৱসৰ শুভেচ্ছা জনালো৷’’

*******

 

DS/SH/MANN


(ৰিলিজ আই ডি : 1708392) অতিথি কক্ষ : 266