প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাংলাদেশত মিত্ৰজোঁটৰ দলসমূহৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
পোষ্ট কৰা হৈছে:
26 MAR 2021 2:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ অংশ হিচাপে ১৪ দলীয় মিত্ৰজোঁটৰ ৰাজনৈতিক নেতাসকলৰ লগতে আহ্বায়কসকলক সাক্ষাৎ কৰে। বৈঠকত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে দ্বি-পাক্ষিক সম্পৰ্ক জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয়।
**************
DS/KG
(ৰিলিজ আই ডি : 1708000)
অতিথি কক্ষ : 176
ত এই ৰিলিজটো পঢ়ক:
हिन्दी
,
English
,
Urdu
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam