প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাংলাদেশৰ কমিউনিটি নেতৃবৃন্দক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
26 MAR 2021 2:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ অংশ হিচাপে বাংলাদেশৰ সংখ্যালঘুসকলৰ প্ৰতিনিধি, বাংলাদেশী মুক্তিযোদ্ধা, ভাৰতৰ বন্ধু আৰু আদৰ্শ যুৱ প্ৰতিভাসমূহকে ধৰি কমিউনিটি নেতৃবৃন্দক সাক্ষাৎ কৰে।
****
DS/SB
(ৰিলিজ আই ডি : 1707917)
অতিথি কক্ষ : 289
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam