প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নওৰোজ উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
प्रविष्टि तिथि:
20 MAR 2021 1:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নওৰোজ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "নওৰোজ মোবাৰক! সকলোৰে বাবে আনন্দ, সু স্বাস্থ্য আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ এটি বছৰৰ বাবে প্ৰাৰ্থনা জনাইছো।"
***
DS/SH/SB
(रिलीज़ आईडी: 1706329)
आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam