প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিমাচল প্ৰদেশৰ চাম্বাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰানহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 10 MAR 2021 7:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ চাম্বাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰানহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “হিমাচলপ্ৰদেশৰ চাম্বাত এখন বাছ খাৱৈত বাগৰি পৰাৰ খৱৰে অত্যন্ত দুখ দিছে। এই ঘটনাত যিসকল লোকে প্ৰাণ হেৰুৱালে তেওঁলোকৰ আত্মীয়-স্বজনৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। ইয়াৰ সমান্তৰালভাৱে দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো।”

***

DS/SH/DB


(ৰিলিজ আই ডি : 1704040) অতিথি কক্ষ : 131