প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী তীৰথ সিং ৰাৱতক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
10 MAR 2021 5:20PM by PIB Guwahati
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী তীৰথ সিং ৰাৱতক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘শ্ৰী তীৰথ সিং ৰাৱতক উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন। তেওঁৰ যথেষ্ট প্ৰশাসনিক আৰু সাংগঠনিক অভিজ্ঞতা আছে। তেওঁৰ নেতৃত্বত ৰাজ্যখনে প্ৰগতিৰ নতুন শিখৰত উপনীত হ’ব পাৰিব বুলি মই বিশ্বাসী।’
*************
DS/SH/KG
(ৰিলিজ আই ডি : 1704031)
অতিথি কক্ষ : 142
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam