স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সমগ্ৰ দেশখনতে প্ৰায় ২৪০০ টেষ্টিং লেবৰে আজি ভাৰতৰ মুঠ টেষ্টিং ২১.১৫ কোটি

ভাৰতৰ মুঠ টিকাদান ক’ভাৰেজে অতিক্ৰম কৰিলে ১.১১ কোটি

যোৱা ২৪ ঘন্টাত ১৯ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ ক’ভিডজনিত মৃত্যুৰ ঘটনা সংঘটিত হোৱা নাই; ৭ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নতুন ঘটনা লাভ কৰা হোৱা নাই

Posted On: 22 FEB 2021 1:04PM by PIB Guwahati

ক’ভিড-১৯ ৰ মুঠ টেষ্টৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতে অভিলেখ সৃষ্টি কৰিছে। ই ২১.১৫ কোটি (২১,১৫,৫১,৭৪৬) টেষ্ট অতিক্ৰম কৰিলে। যোৱা ২৪ ঘন্টাত ৬,২০,২১৬ টা টেষ্ট সম্পন্ন কৰা যায়।

সমগ্ৰ দেশজুৰি টেষ্টিং আন্তঃগাঁথনিৰ প্ৰগতিশীল সম্প্ৰসাৰণে টেষ্টিঙৰ সংখ্যা ক্ৰমাৎ বৃদ্ধিত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ১,২২০ চৰকাৰী লেবৰেটৰী আৰু ১,১৭৩ ব্যক্তিগত লেবৰেটৰীকে ধৰি দেশখনৰ ২৩৯৩ টা টেষ্টিং লেবৰেটৰীত দৈনিক টেষ্টিং ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে।

বৰ্তমানে ভাৰতৰ মুঠ ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ হৈছে ৫.২০%।

প্ৰতি দিনে প্ৰতি নিযুত জনসংখ্যাত টেষ্টিং কৰা হিতাধিকাৰীৰ সংখ্যা একেৰাহে আৰু অধিকভাৱে বৃদ্ধি পাইছে। আজি ভাৰতৰ প্ৰতি নিযুত জনসংখ্যাত টেষ্টৰ সংখ্যা ১,৫৩,২৯৮.৪ হৈ পৰিছে।

২০২১ ৰ ২২ ফেব্ৰুৱাৰী সাপেক্ষে, আজি পুৱা ৮ বজা পৰ্যন্ত অস্থায়ী প্ৰতিবেদন অনুসৰি, ২,৩২,৩১৭ ছেচনজুৰি টিকাদান ক’ভাৰেজ হয় ১,১১,১৬,৮৫৪। ইয়াৰ অন্তৰ্ভুক্ত হৈছে ৬৩,৯৭,৮৪৯ হেল্থ কেয়াৰ কৰ্মী (১ম পালি), ৯,৬৭,৮৫২ হেল্থ কেয়াৰ কৰ্মী (২য় পালি) আৰু ৩৭,৫১,১৫৩ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি)।

ক’ভিড-১৯ৰ ১ম পালি টিকা লাভ কৰা হিতাধিকাৰীসকলৰ বাবে ২৮ দিন পাছত ইয়াৰ ২য় পালি টিকা দান আৰম্ভ হয় ২০২১ ৰ ১৩ ফেব্ৰুৱাৰীত। ২০২১ ৰ ২ ফেব্ৰুৱাৰীত ফ্ৰন্ট লাইন কৰ্মীসকলৰ বাবে টিকাদান আৰম্ভ হয়।

ক্ৰমিক নং

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

টিকা লাভ কৰা হিতাধিকাৰী

১ম পালি

২য় পালি

মুঠ পালি

আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ

৪,৮৪৬

১,৩০৬

৬,১৫২

অন্ধ্ৰ প্ৰদেশ

৪,১৩,৬৭৮

৮৯,৬৪৫

৫,০৩,৩২৩

অৰুণাচল প্ৰদেশ

১৯,৭০২

৪,০৪১

২৩,৭৪৩

অসম

১,৫৪,৭৫৪

১১,০৫০

১,৬৫,৮০৪

বিহাৰ

৫,২২,৮১১

৩৯,০৪৬

৫,৬১,৮৫৭

চণ্ডীগড়

১২,৯৫৩

৭৯৫

১৩,৭৪৮

চত্তীশগড়

৩,৪১,২৫১

২০,৬৯৯

৩,৬১,৯৫০

দাদৰা ও নগৰ হাভেলী

৪,৯৩৯

২৪৪

৫,১৮৩

দমন ও ডিউ

১,৭৩৫

২১৩

১,৯৪৮

১০

দিল্লী

২,৯৪,০৮১

১৭,৩২৯

৩,১১,৪১০

১১

গোৱা

১৫,০৭০

১,১১৩

১৬,১৮৩

১২

গুজৰাট

৮,২২,১৯৩

৬০,৯২৫

৮,৮৩,১১৮

১৩

হাৰিয়ানা

২,০৮,৩০৮

২৩,৯৮৭

২,৩২,২৯৫

১৪

হিমাচল প্ৰদেশ

৯৫,১০৫

১২,০৯২

১,০৭,১৯৭

১৫

জম্মু ও কাশ্মীৰ

২,০০,৬৯৫

৬,৭৩১

২,০৭,৪২৬

১৬

ঝাড়খণ্ড

২,৫৪,৫৩১

১১,৪৮৪

২,৬৬,০১৫

১৭

কৰ্ণাটক

৫,৪১,৩৩২

১,১৪,০৪৩

৬,৫৫,৩৭৫

১৮

কেৰালা

৩,৯৯,২৮৪

৩৮,৮২৯

৪,৩৮,১১৩

১৯

লাডাখ

৫,৮২৭

৬০০

৬,৪২৭

২০

লক্ষদ্বীপ

১,৮০৯

১১৫

১,৯২৪

২১

মধ্য প্ৰদেশ

৬,৪০,৮০৫

৩,৭৭৮

৬,৪৪,৫৮৩

২২

মহাৰাষ্ট্ৰ

৮,৭৮,৮২৯

৪৭,৬৩৭

৯,২৬,৪৬৬

২৩

মণিপুৰ

৪০,২১৫

১,৭১১

৪১,৯২৬

২৪

মেঘালয়

২৩,৮৭৭

৬২৯

২৪,৫০৬

২৫

মিজোৰাম

১৪,৬২৭

২,২৪১

১৬,৮৬৮

২৬

নাগালেণ্ড

২১,৫২৬

৩,৯০৯

২৫,৪৩৫

২৭

উৰিষ্যা

৪,৩৮,১২৭

৯৪,৯৬৬

৫,৩৩,০৯৩

২৮

পুডুচেৰী

৯,২৫১

৮৫৩

১০,১০৪

২৯

পঞ্জাৱ

১,২২,৫২৭

১৪,২৬৯

১,৩৬,৭৯৬

৩০

ৰাজস্থান

৭,৮২,৭০১

৩৮,৩৫৮

৮,২১,০৫৯

৩১

ছিকিম

১১,৮৬৫

৭০০

১২,৫৬৫

৩২

তামিল নাডু

৩,৩৯,৬৮৬

৩১,১৬০

৩,৭০,৮৪৬

৩৩

তেলেংগানা

২,৮০,৯৭৩

৮৭,১৫৯

৩,৬৮,১৩২

৩৪

ত্ৰিপুৰা

৮২,৩৬৯

১১,৫৮৭

৯৩,৯৫৬

৩৫

উত্তৰ প্ৰদেশ

১০,৬৬,২৯০

৮৫,৭৫২

১১,৫২,০৪২

৩৬

উত্তৰাখণ্ড

১,৩১,৩৮৪

৭,১৬৬

১,৩৮,৫৫০

৩৭

পশ্চিম বংগ

৬,৩৯,২৫২

৪৯,৯১২

৬,৮৯,১৬৪

৩৮

অন্যান্য

৩,০৯,৭৯৪

৩১,৭৭৮

৩,৪১,৫৭২

মুঠ

১,০১,৪৯,০০২

৯,৬৭,৮৫২

১,১১,১৬,৮৫৪

 

টিকাদান কাৰ্যক্ৰমৰ ৩৭-নং দিন (২১ ফেব্ৰুৱাৰী, ২০২১) অনুসৰি, ৩১,৬৮১ পালি ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত, ১,৪২৯ ছেচনজুৰি ২৪,৪৭১ হিতাধিকাৰীক ১ম পালি (হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মী) ভেকচিন প্ৰদান কৰা হয় আৰু ৭,২১০ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি ভেকচিন প্ৰদান কৰা যায়।

মুঠ ১,১১,১৬,৮৫৪ পালি ভেকচিনৰ ভিতৰত, ১,০১,৪৯,০০২ (হেল্থ কেয়াৰ কৰ্মী আৰু ফ্ৰন্ট লাইন কৰ্মী) ক ১ম পালি ভেকচিন আৰু মুঠ ৯,৬৭,৮৫২ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি ভেকচিন প্ৰদান কৰা যায়।

মুঠ ভেকচিন পালিৰ ৬০.১৭% প্ৰদান কৰা হৈছে ৭ খন ৰাজ্যত। কৰ্ণাটকত অকলেই ১১.৮% (১,১৪,০৪৩ পালি) প্ৰদান কৰা হৈছে।

আজি ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যা হৈছে ১.০৬ কোটি (১,০৬,৯৯,৪১০)। আৰোগ্য লাভৰ হাৰ ৯৭.২২%। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ১,০৫,৪৯,৩৫৫ (৭১.৩ গুণ)।

যোৱা ২৪ ঘন্টাত ৯,৬৯৫ ৰোগীয়ে আৰোগ্য লাভ কৰে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হয়।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৮০.৮৬% হৈছে ৫ ৰাজ্যৰ।

৪,৩৪৫ টা নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰে কেৰালাত এদিনত আৰোগ্যৰ সংখ্যা সৰ্বাধিক। যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ২,৪১৭ লোকে আৰোগ্য লাভৰ সমান্তৰালভাৱে তামিল নাডুত আৰোগ্য লাভ কৰে ৪৬০ ৰোগীয়ে।

আজি দেশখনৰ সক্ৰিয় কেছল’ড হয় ১.৫০ লাখ (১,৫০,০৫৫)। বৰ্তমান সক্ৰিয় কেছল’ড ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ ১.৩৬%। যোৱা ২৪ ঘন্টাত নতুন দৈনিক ঘটনাৰ সংখ্যা ১৪,১৯৯ টা।

যোৱা ২৪ ঘন্টাত সাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও নতুন ঘটনা লাভ কৰা হোৱা নাই। এইসমূহ হৈছেঃ উত্তৰাখণ্ড, লাডাখ, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ।

নতুন ঘটনাৰ ৮৬.৩% হৈছে ৫ ৰাজ্যৰ।

মহাৰাষ্ট্ৰত দৈনিক নতুন ঘটনা সৰ্বাধিক ৬,৯৭১ টা। ইয়াৰ পাছতেই ৪,০৭০ টা ঘটনা কেৰালাত লাভ কৰা হৈছে। তামিল নাডুত নতুন ঘটনাৰ সংখ্যা ৪৫২ টা।

যোৱা ২৪ ঘন্টাত উনৈশ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এটাও কভিড-১৯ জনিত মৃত্যুৰ ঘটনা লাভ কৰা হোৱা নাই। এইসমূহ হৈছেঃ হাৰিয়ানা, অন্ধ্ৰ প্ৰদেশ, জম্মু ও কাশ্মীৰ, ৰাজস্থান, উৰিষ্যা, গোৱা, চণ্ডীগড়, অসম, মণিপুৰ, ছিকিম, লক্ষদ্বীপ, ত্ৰিপুৰা, নাগালেণ্ড, লাডাখ, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, দমন ও ডিউ আৰু দাদৰা ও নগৰ হাভেলী, আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ।

যোৱা ২৪ ঘন্টাত ৮৩ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনা ৭৮.৩১% সংঘটিত হৈছে পাঁচ ৰাজ্যত। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৩৫ টা। কেৰালাত ১৫ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

****

MV/SJ/SB



(Release ID: 1700103) Visitor Counter : 199