প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে আজমীৰ শ্বৰীফ দৰবাৰৰ বাবে অৰ্পন কৰিলে চাদৰ

प्रविष्टि तिथि: 15 FEB 2021 6:26PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে খাজা মইনুদ্দিন ছিষ্টিৰ ৮০৯-তম উৰুশ উৎসৱ উপলক্ষে আজমীৰ শ্বৰীফ দৰগাহত দিবৰ বাবে এখন চাদৰ অর্পণ কৰে। এই চাদৰখন আজমীৰ শ্বৰীফ দৰগাহত দান হিচাপে আগহবঢ়োৱা হ’ব বুলি প্রধানমন্ত্রীয়ে আজি এক টুইট বার্তাযোগে জনায়।

 

****

DS/VJ/RD


(रिलीज़ आईडी: 1698436) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam