প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 15 FEB 2021 10:33AM by PIB Guwahati

মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ‘মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত ট্ৰাক দুৰ্ঘটনাটোৱে বুকু কঁপাই গৈছে। শোক সন্ত্ৰপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো’।

 

**********

DS/VJ/KB


(रिलीज़ आईडी: 1698115) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam