স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কেৱল ২৬ দিনত ৭০ লাখ লোকক ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা দেশসমূহৰ ভিতৰত ভাৰত প্ৰথম হিচাপে বিবেচিত হৈছে

বিগত ২৪ ঘণ্টাত ১৭খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ক’ভিড-১৯ৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই

সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ন্যূনতম হৈছে

Posted On: 11 FEB 2021 11:37AM by PIB Guwahati

ভাৰতে বিশ্বৰ ভিতৰতে কেৱল ২৬ দিনত ৭০ লক্ষাধিক লোকক প্ৰতিষেধক প্ৰদান কৰি দ্ৰুততম টীকা প্ৰদানকাৰী দেশ হিচাপে বিবেচিত হৈছে৷ এই লক্ষ্য প্ৰাপ্তিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰয়োজন হৈছে ২৭ দিন, ব্ৰিটেইনৰ প্ৰয়োজন হৈছে ৪৮ দিন৷

১১ ফেব্ৰুৱাৰী ২০২১ তাৰিখৰ পুৱা ৮ বজা পৰ্যন্ত ভাৰতত ৭০ লক্ষাধিক (৭০,১৭,১১৪) হিতাধিকাৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে৷

 

ক্ৰমিক সংখ্যা

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ

হিতাধিকাৰী

1

আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ

3,413

2

অন্ধ্ৰ প্ৰদেশ

3,35,268

3

অৰুণাচল প্ৰদেশ

13,480

4

অসম

1,10,977

5

বিহাৰ

4,30,307

6

চণ্ডীগড়

6,903

7

চট্টিশগড়

2,16,784

8

দাদৰা আৰু নগৰ হাভেলী

2,326

9

দমন আৰু ডিউ

1,030

10

দিল্লী

1,46,789

11

গোৱা

9,961

12

গুজৰাট

6,14,530

13

হাৰিয়ানা

1,83,529

14

হিমাচল প্ৰদেশ

66,101

15

জম্মু আৰু কাশ্মীৰ

74,219

16

ঝাৰখণ্ড

1,60,492

17

কৰ্ণাটক

4,64,485

18

কেৰালা

3,26,246

19

লাডাখ

2,536

20

লাক্ষাদ্বীপ

920

21

মধ্য প্ৰদেশ

4,31,702

22

মহাৰাষ্ট্ৰ

5,73,681

23

মণিপুৰ

13,747

24

মেঘালয়

9,760

25

মিজোৰাম

11,046

26

নাগালেণ্ড

7,167

27

ওড়িশা

3,61,623

28

পুডুচেৰী

4,770

29

পাঞ্জাৱ

91,669

30

ৰাজস্থান

5,59,990

31

ছিক্কিম

7,808

32

তামিলনাডু

1,97,392

33

তেলেংগানা

2,58,122

34

ত্ৰিপুৰা

52,908

35

উত্তৰ প্ৰদেশ

6,73,542

36

উত্তৰাখণ্ড

90,483

37

পশ্চিমবংগ

4,27,042

38

মিশ্ৰিত

74,366

মুঠ

70,17,114

 

টীকা প্ৰদান কৰা ৭০,১৭,১১৪ জন লোকৰ ভিতৰত ৫৭,০৫,২২৮ জন লোক হল স্বাস্থ্যকৰ্মী আৰু ১৩,১১,৮৮৬ জন লোক হল সন্মুখৰ শাৰীৰ কৰ্মী৷ এই পৰ্যন্ত ১,৪৩,০৫৬ টা ছেছন অনুষ্ঠিত কৰা হৈছে৷

বিগত ২৪ ঘণ্টাত ১৭খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত কভিড-১৯ৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই৷ বিগত ২৪ ঘণ্টা পৰ্যন্ত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১,৪২,৫৬২ জন৷ এই একেই সময়ছোৱাৰ ভিতৰত ১১,৭৬৪ জন লোকে আৰোগ্য লাভ কৰিছে৷ ৰাষ্ট্ৰীয় আৰোগ্য হাৰ ৯৭.২৬%ৰ সৈতে সমগ্ৰ বিশ্বৰ ভিতৰতে এই সংখ্যা সৰ্বাধিক বুলি বিবেচিত হৈছে৷

 

****

MV/SJ



(Release ID: 1697310) Visitor Counter : 179