প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে নিৰ্বাচন আয়োগক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 25 JAN 2021 11:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে নিৰ্বাচন আয়োগক প্ৰশংসা কৰিছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘আমাৰ দেশৰ গণতান্ত্ৰিক ভেঁটি সুদৃঢ় কৰাত তথা নিৰ্বাচনসমূহ সফলতাৰে সম্পন্ন কৰাত নিৰ্বাচন আয়োগে যি ভূমিকা পালন কৰিছে, সেয়া উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হৈছে৷ আজিৰ দিনটোত জনসাধাৰণৰ মাজত বিশেষকৈ যুৱচামৰ মাজত ভোটাৰৰ পঞ্জীয়নৰ প্ৰয়োজনীয়তা নিশ্চিত কৰাটোও সজাগতামূলক দিৱস হিচাপে পালন কৰা হয়৷’’

 

DS/VJ/MANN



(Release ID: 1692164) Visitor Counter : 138