প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যিক দিৱসৰ শুভেচ্ছা জনাইছে

Posted On: 24 JAN 2021 12:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যিক দিৱসৰ শুভেচ্ছা জনাইছে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।

 

এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, ‘উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ প্ৰতিগৰাকী লোককে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ত্যাগ, তপস্যা, পৰম্পৰা আৰু সংস্কৃতিৰ পৱিত্ৰ ভূমি এই ৰাজ্যখনে আজি আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিকাশৰ পথত আগুৱাই যোৱা এই ৰাজ্যখনে এইদৰেই উন্নতিৰ নতুন শিখৰত উপনীত হওক, তাৰেই কামনা কৰিছোঁ

 

********

 

DS/SH/KG



(Release ID: 1692041) Visitor Counter : 92