প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডঃ ভি শান্তাৰ মহাপ্রয়াণত প্রধানমন্ত্রীৰ শোক প্রকাশ
प्रविष्टि तिथि:
19 JAN 2021 10:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ ভি শান্তাৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “উন্নত মানৰ কেন্সাৰ চিকিৎসা সেৱা প্ৰদান কৰিবৰ বাবে অনবদ্য ভুমিকাৰে অৱতীৰ্ণ হোৱাৰ বাবে ডঃ ভি শান্তা চিৰস্মৰণীয় হৈ থাকিব। চেন্নাইৰ আদিয়াৰত থকা কেন্সাৰ ইন্সটিটিউট হৈছে দৰিদ্ৰ তথা পিছপৰা শ্ৰেণীৰ লোকৰ সেৱা কৰাৰ বাবে স্থাপন কৰা আগশাৰীৰ এক প্ৰতিষ্ঠান। ২০১৮ চনত এই প্ৰতিষ্ঠান ভ্ৰমণ কৰাৰ কথা মনত আছে। ডঃ ভি শান্তাৰ প্ৰয়াণত মই শোকাহত হৈছোঁ। ঔঁ শান্তি।”
***
DS/VJ/AK/RD
(रिलीज़ आईडी: 1691092)
आगंतुक पटल : 123
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada